মুখ্য-পৃষ্ঠা
আকৌ বৃৃদ্ধিঃ নগাঁঁও, তিনিচুকীয়া আৰু শিৱসাগৰৰ তিনিগৰাকী লোকৰ দেহত কোৰোনা…
- ৰাজ্যত পুনৰ ৩গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।
- নগাঁঁও, তিনিচুকীয়া আৰু শিৱসাগৰৰ তিনিগৰাকী লোকৰ দেহত কোৰোনা।
- এই কথা সদৰি কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে।
- ৰাজ্যত কোৰোনাত আক্ৰান্ত হোৱাৰ সংখ্যা ২৫৯লৈ বৃদ্ধি।
- ইয়াৰ ভিতৰত ৫৪গৰাকী আৰোগ্য হোৱাৰ লগতে ১৯৮ গৰাকী চিকিতসাধীন।