কোভিড-১৯ঃ আক্ৰান্তৰ সংখ্যাই অচিৰেই চুবগৈ ৩০ লাখৰ ঘৰ…সবিশেষ তথ্য

কোভিড-১৯ঃ আক্ৰান্তৰ সংখ্যাই অচিৰেই চুবগৈ ৩০ লাখৰ ঘৰ…সবিশেষ তথ্য

সময়ঃ ২৭ এপ্ৰিল দিনৰ ১.০০ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ২,৯৯৬,৬৭৮

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ২০৭,০২৪

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ আমেৰিকাত ৫৫,৪১৫

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ৯৮৭,৩২২

কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-

  • আমেৰিকাঃ ৫৫,২৬৫ জন।
  • স্পেইনঃ ২৩,১৯০জন।
  • ইটালীঃ ২৬,৬৪৪ জন।
  • ফ্ৰান্সঃ ২২,৮৫৬ জন।
  • চীনঃ ৪,৬৩৩জন।
  • ইৰাণঃ ৫,৭১০জন।
  • ইংলেণ্ডঃ ২০,৭৩২ জন।
  • বাংলাদেশঃ ১৪৫জন।
  • পাকিস্তানঃ ২৮১জন।
  • নেপালঃ ০ জন।
  • ৰাছিয়াঃ ৭৪৭ জন।
  • গ্ৰীচঃ ১৩৫জন।
  • জাপানঃ ৩৭২জন।
  • ভাৰতঃ ৮৮৪জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ২৮,০৭৪জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৮৮৪জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা

  • অসমঃ ৩৫
  • মহাৰাষ্ট্ৰঃ ৮,০৬৮
  • তামিলনাডুঃ ১,৮৮৫
  • দিল্লীঃ ২,৬২৫
  • তেলেংগানাঃ ৯৯০
  • ৰাজস্থানঃ ২,২২১
  • উত্তৰপ্ৰদেশঃ ১,৭৯৩
  • কেৰালাঃ ৪৬৯
  • অন্ধ্ৰপ্ৰদেশঃ ১,১৭৭
  • মধ্যপ্ৰদেশঃ ২,০৯০
  • গুজৰাটঃ ৩,০৭১
  • কৰ্ণাটকঃ ৫১১
  • হাৰিয়ানাঃ ২৯৯
  • জম্মু-কাশ্মীৰঃ ৫২৩
  • পঞ্জাৱঃ ৩১৩
  • পশ্চিমবংগঃ ৬৪৯
  • বিহাৰঃ ২৯০
  • উত্তৰাখণ্ডঃ ৫০
  • চণ্ডীগড়ঃ ৩৬
  • লাডাখঃ ২০
  • আন্দামান আৰু নিকোবৰঃ ৩৩
  • চত্তীশগড়ঃ ৩৭
  • ঝাৰখণ্ডঃ ৮৩
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ ১
  • মিজোৰামঃ ১
  • মেঘালয়ঃ ১২

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in