/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/corona-virus-1-hour-1.jpg)
সময়ঃ ১১ এপ্ৰিল দিনৰ ১.২০ বজালৈ
বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,৭০০,৮৭০
মৃত্যু হোৱা লোকৰ সংখ্যাঃ ১০২,৭৮৯
আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত ১৮,৮৪৯জন
আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত৫০৩,১১৭ জন
কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-
- আমেৰিকাঃ ১৮,৭৬১জন।
- স্পেইনঃ ১৬,০৮১জন।
- ইটালীঃ ১৮,৮৪৯জন।
- ফ্ৰান্সঃ ১৩,১৯৭জন।
- চীনঃ ৩,৩৩৯জন।
- ইৰাণঃ ৪,২৩২জন।
- ইংলেণ্ডঃ ৮,৯৫৮ জন।
- বাংলাদেশঃ ২৭ জন।
- পাকিস্তানঃ ৭১জন।
- নেপালঃ ০ জন।
- ৰাছিয়াঃ ৯৪জন।
- গ্ৰীচঃ ৯২জন।
- জাপানঃ ৯৯ জন।
- ভাৰতঃ ২৫০ জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ৭,৬৮৪ জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ২৫০জন।
ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা–
- অসমঃ ২৯
- মহাৰাষ্ট্ৰঃ ১,৫৭৪
- তামিলনাডুঃ ৯১১
- দিল্লীঃ ৯০৩
- তেলেংগানাঃ ৪৮৭
- ৰাজস্থানঃ ৫৭৯
- উত্তৰপ্ৰদেশঃ ৪৩৩
- কেৰালাঃ ৩৬৪
- অন্ধ্ৰপ্ৰদেশঃ ৩৮১
- মধ্যপ্ৰদেশঃ ৪৫১
- গুজৰাটঃ ৪৩২
- কৰ্ণাটকঃ ২১৪
- হাৰিয়ানাঃ ১৭৬
- জম্মু-কাশ্মীৰঃ ২০৭
- পঞ্জাৱঃ ১৫১
- পশ্চিমবংগঃ ১১৬
- বিহাৰঃ ৬০
- উত্তৰাখণ্ডঃ ৩৫
- চণ্ডীগড়ঃ ১৯
- লাডাখঃ ১৫
- আন্দামান আৰু নিকোবৰঃ ১১
- চত্তীশগড়ঃ ১৮
- গোৱাঃ ৭
- ঝাৰখণ্ডঃ১৭
- ত্ৰিপুৰাঃ ২
- মণিপুৰঃ ২
- অৰুণাচল প্ৰদেশঃ১
- মিজোৰামঃ ১