মুখ্য-পৃষ্ঠা
কোৰোনা ভাইৰাছত আক্ৰান্ত আন এগৰাকী ৰোগীৰ মৃত্যু আহমেদাবাদত…
- কোৰোনা ভাইৰাছত আক্ৰান্ত এগৰাকী মহিলাৰ মৃত্যু।
- আহমেদাবাদত মৃত্যু হোৱা মহিলাগৰাকী ভৰ্তি হৈ আছিল চিকিৎসালয়ত।
- তেওঁৰ দেহত ধৰা পৰিছিল COVID-19।
- ৮৫ বছৰীয়া মহিলা গৰাকী আহিছিল বিদেশৰ পৰা।
- ২২ মাৰ্চত তেওঁক ভৰ্তি কৰা হৈছিল আহমেদাবাদৰ চিভিল হাস্পতালত।