২৪ঘন্টাত ৫৬হাজাৰ লোকৰ দেহত কোৰোনা…

২৪ঘন্টাত ৫৬হাজাৰ লোকৰ দেহত কোৰোনা…

author-image
asomiyapratidin
New Update
অসমত হ্ৰাস পাইছে কোৰোনাৰ সংক্ৰমণঃ ৰাজ্যত নতুনকৈ ৭৮৪জন কোভিড পজিটিভ, ১৫জনৰ মৃত্যু…

  • ভাৰতত বিগত ২৪ঘন্টাত ৫৬হাজাৰ ২১১গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত।
  • এই সময়চোৱাত ২৭১ গৰাকী ৰোগীৰ মৃত্যু হৈছে কোৰোনাত।
  • কোৰোনাত আক্ৰান্তৰ সংখ্যা ১,২০,৯৫,৮৫৫লৈ বৃদ্ধি ভাৰতৰ।
  • ইয়াৰে ৫লাখ ৪০হাজাৰ ৭২০ গৰাকী ৰোগী বৰ্তমান চিকিতসাধীন হৈ আছে।
  • ভাৰতত ৬কোটি ১১লাখৰো অধিক ৰোগীক প্ৰদান কৰা হৈছে ভেকচিন।