মুখ্য-পৃষ্ঠা ভাৰতত কোৰোনাত আক্ৰান্ত ৬ সহস্ৰাধিকৰো অধিক লোক হৈছে আৰোগ্য… ভাৰতত কোৰোনাত আক্ৰান্ত ৬ সহস্ৰাধিকৰো অধিক লোক হৈছে আৰোগ্য… asomiyapratidin 27 Apr 2020 09:45 IST Follow UsNew Updateভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৮৪ জনলৈ বৃদ্ধি।ইফালে এতিয়ালৈকে আক্ৰান্ত হৈছে ২৭,৯৬৪ গৰাকী লোক।ভাৰতত এতিয়ালৈকে আৰোগ্য হৈছে ৬,৫২৩ গৰাকী লোক।এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ২০,৫৫৭ গৰাকী লোকক।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক