Published on:
Updated on:
- কোৰোনাৰ অতি সংক্ৰামক নতুন প্ৰজাতি অমিক্ৰম পালেহি ভাৰত।
- কৰ্ণাটকৰ দুজন লোকৰ দেহত ধৰা পৰিছে এই প্ৰজাতিৰ সংক্ৰমণ।
- দুয়োগৰাকী লোক দক্ষিণ আফ্ৰিকাৰ পৰা আহিছিল বুলি প্ৰশাসনৰ তথ্য।
- দুয়োজনকে চিকিৎসালয়ত আছুতীয়া কক্ষত ৰখা হৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in