মুখ্য-পৃষ্ঠা দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কোৰোনাত আক্ৰান্ত… দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কোৰোনাত আক্ৰান্ত… asomiyapratidin 16 Apr 2021 16:39 IST Follow UsNew Updateকৰ্ণাটকৰ মুখ্যমন্ত্ৰী কোৰোনাত আক্ৰান্ত।বি এছ য়েদিৰুপ্পা ৮মাহত দ্বিতীয়বাৰৰ বাবে আক্ৰান্ত হৈছে কোৰোনাত।মুখ্যমন্ত্ৰীগৰাকীক ভৰ্তি কৰা হৈছে।উল্লেখ্য যে, ৰাজ্যখনত উদ্বেদগজনকভাৱে বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক