New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/1586500173-6981.jpg)
- ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৪৯লৈ বৃদ্ধি।
- ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৭৬০০ গৰাকী লোক।
- আৰোগ্য হৈছে মুঠ ৭৭৪ গৰাকী লোক।
- এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে৬৫৭৭গৰাকী লোকক।
- ইফালে মহাৰাষ্ট্ৰতে ভাৰতৰ ভিতৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোনাত।
- মহাৰাষ্ট্ৰত কোৰোনাত আক্ৰান্ত হৈছে এতিয়ালৈকে ১৫৭৪গৰাকী লোক।
- ১১০ গৰাকী লোকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us
 Follow Us