ভাৰতত কোৰোনাত মৃতকৰ সংখ্যা ২৪৯লৈ বৃদ্ধি

ভাৰতত কোৰোনাত মৃতকৰ সংখ্যা ২৪৯লৈ বৃদ্ধি
  • ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৪৯লৈ বৃদ্ধি।
  • ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৭৬০০ গৰাকী লোক।
  • আৰোগ্য হৈছে মুঠ ৭৭৪ গৰাকী লোক।
  • এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে৬৫৭৭গৰাকী লোকক।
  • ইফালে মহাৰাষ্ট্ৰতে ভাৰতৰ ভিতৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোনাত।
  • মহাৰাষ্ট্ৰত কোৰোনাত আক্ৰান্ত হৈছে এতিয়ালৈকে ১৫৭৪গৰাকী লোক।
  • ১১০ গৰাকী লোকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in