মুখ্য-পৃষ্ঠা কোৰোনাৰ সংহাৰ ৰূপ অসমতঃ এটা ছাত্ৰী নিৱাসৰ ৩৫গৰাকী ছাত্ৰী কোভিড পজিটিভ… কোৰোনাৰ সংহাৰ ৰূপ অসমতঃ এটা ছাত্ৰী নিৱাসৰ ৩৫গৰাকী ছাত্ৰী কোভিড পজিটিভ… asomiyapratidin 27 Mar 2021 07:15 IST Follow UsNew Updateৰাজ্যত কোৰোনাৰ সংহাৰ ৰূপ। তিনিচুকীয়াৰ এটা গাৰ্লছ হোষ্টেলৰ ৩৫গৰাকী ছাত্ৰী কোৰোনাত আক্ৰান্ত।কস্তুৰীবা গান্ধী গাৰ্লছ হাইস্কুলৰ ছাত্ৰী নিৱাসত এই কোৰোনা সংক্ৰমণৰ ঘটনা।তিনিচুকীয়াৰ বৰডুবিত আছে এই বিদ্যালয়খন।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক