মুখ্য-পৃষ্ঠা কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰজৱালাৰ দেহত কৰোনা কংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰজৱালাৰ দেহত কৰোনা asomiyapratidin 16 Apr 2021 09:30 IST Follow UsNew Updateকংগ্ৰেছ নেতা ৰণদ্বীপ সিং সুৰজৱালাৰ দেহত কৰোনা।শেহতীয়া কোৰোনা টেষ্টত ৰিজাল্ট আহিছে পজিটিভ।নেতাগৰাকীৰ সংস্পৰ্শলৈ অহা সকলোকে স্বাস্থ্য পৰীক্ষা কৰাৰ আহ্বান।উল্লেখ্য বৰ্তমান নেতাগৰাকীৰ স্বাস্থ্য সুস্থিৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক