দিল্লী বিধানসভা নিৰ্বাচনঃ কংগ্ৰেছৰ ৪০ ষ্টাৰ কেম্পেইনাৰৰ নামৰ তালিকা প্ৰকাশ…

দিল্লী বিধানসভা নিৰ্বাচনঃ কংগ্ৰেছৰ ৪০ ষ্টাৰ কেম্পেইনাৰৰ নামৰ তালিকা প্ৰকাশ…

author-image
asomiyapratidin
New Update
বৰপেটাত কংগ্ৰেছে গঠন কৰিলে জিলা পৰিষদ…

প্ৰতীকি ফটো

  • দিল্লী বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ।
  • নিৰ্বাচনী প্ৰচাৰৰ বাবে ৪০ গৰাকী ষ্টাৰ কেম্পেইনাৰৰ নাম প্ৰকাশ কৰিছে কংগ্ৰেছে।
  • তালিকাৰ শীৰ্ষতে আছে দলৰ অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং।
Advertisment
  • পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰেন্দ্ৰ সিং, নৱজোৎ সিং সিদ্ধু, শশী থৰুৰ, শত্ৰুঘ্ন সিনহাকো অন্তৰ্ভূক্ত কৰা হৈছে ষ্টাৰ কেম্পেইনাৰৰ তালিকাত।
  • উল্লেখ্য যে, ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব দিল্লী বিধানসভাৰ নিৰ্বাচন।
  • ১১ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব এই নিৰ্বাচনৰ ফলাফল।
  • ইতিমধ্যে কংগ্ৰেছে বিধানসভা নিৰ্বাচনৰ বাবে ১২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।