New Update
/asomiyapratidin/media/media_files/2025/08/30/bce5bbc9-93ee-4ba3-b923-6e5d7ddbefbe-2025-08-30-23-49-38.jpeg)
ডিজিটেল ডেস্কঃ বি টি চি নিৰ্বাচনৰ বাবে শেহতীয়াকৈ হ'লেও প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে কংগ্ৰেছে। ৩১টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছে।
- জামদুৱাৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে- ৰঞ্চনা বসুমতাৰীক।
- চৰাইবিল সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে- ৰণঞ্জয় নাৰ্জাৰীক।
- কচুগাও সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে- ক্ৰণ মুছাহাৰীক।
- ফকিৰাগ্ৰাম সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে- চহৰ আলীক।
- দতমা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে- দুইমু ৰজীক।
- বনাৰগাও সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে- মতিলাল বসুমতাৰীক।
ঠিক তেনেদৰে কংগ্ৰেছে শেহতীয়াকৈ ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাখন এনেধৰণৰ-
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/30/5a9fd0a1-f4c3-4850-a8be-92433330dcbf-2025-08-30-23-59-34.jpeg)
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/31/8d567b0c-ea53-4280-b1ae-0ba0009943d2-2025-08-31-00-00-13.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us