মুখ্য-পৃষ্ঠা কমনৱেলথ গেমছত আগবাঢ়িল ভাৰতীয় মহিলা দল… কমনৱেলথ গেমছত আগবাঢ়িল ভাৰতীয় মহিলা দল… asomiyapratidin 06 Aug 2022 19:41 IST Follow UsNew Update৪x১০০ মিটাৰ ৰীলেৰ ফাইনেলত আগবাঢ়িছে ভাৰতীয় দল।ভাৰতীয় দলটোৰ অন্যতম সদস্য হিচাপে আছে অসমৰ হিমা দাস ।হিটছত দ্বিতীয় স্থান দখলেৰে ফাইনেলত স্থান নিশ্চিত ভাৰতীয় দলটোৰ ।দলটোত আছে হিমা দাস সহ দ্যুতি চান্দ, শ্রাৱনী নন্দা, জ্যোতি য়াৰাজি ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক