ডিজিটেল সংবাদ, শিৱসাগৰ : প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰায় ১৫ বছৰীয়া অসম শাসন কাল আৰু তেওঁৰ উত্তৰাধিকাৰী হিচাপে এক বিশ্বাস ঘাতকতা। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ সন্দৰ্ভত তীব্ৰ মন্তব্য আগবঢ়াইছে শিৱসাগৰৰ অদিতি কোঁৱৰে।
সংবাদ-মাধ্যমলৈ প্ৰেৰণ কৰা এটা ভিডিঅ'ত অদিতি কোঁৱৰে কয় যে, ইমান ডাঙৰ নেতা তৰুণ গগৈদেৱৰ দৰে ব্যক্তিৰ পুত্ৰ এগৰাকী অসমীয়া বা আহোম পৰিচয়ৰে গঢ় লৈ নুঠাটো অসমৰ বাবে গভীৰ হতাশাৰ বিষয়। নিজ পুত্ৰ সন্তানকেই যদি অসমীয়া পৰিচয়ৰে ৰাখিব নোৱাৰিলে, তেন্তে বিদেশী লোকক অসমীয়া কৰি তোলাৰ কথাই বা কেনেকৈ ক’ব পাৰে?”
অদিতি কোঁৱৰে অভিযোগ কৰে যে, বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰত গৌৰৱ গগৈয়ে এনেকুৱা এজন নেতা যাৰ পত্নী, পুত্ৰ আৰু কন্যা সকলোৱে বিদেশী পৰিচয় বহন কৰে। এতিয়া কথা হ'ল গৌৰৱ গগৈয়ে নিজে নিজৰ ভবিষ্যত প্ৰজন্মক বিদেশী কৰি কোনখন মুখেৰে অসমৰ ভৱিষ্যতৰ কথা ক'ব।
বৰ্তমান গৌৰৱ গগৈ একমাত্ৰ নেতা, যাৰ পত্নী, পুত্ৰ আৰু কন্যা সকলোৱে বিদেশী