New Update
/asomiyapratidin/media/media_files/2025/09/18/breaking-news-2025-09-18-15-30-47.jpg)
- পুৱাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক লগ ধৰি হৰিদ্বাৰত মন্দিৰ দৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।
- তাৰ পৰাই গুৱাহাটীলৈ ৰাওনা হোৱা ড০ শৰ্মা বৰঝাৰ বিমান বন্দৰত নামিয়েই সোণাপুৰলৈ ৰাওনা হৈছে।
- সোণাপুৰত জুবিনক শেষকৃত্য সম্পন্ন কৰিবলগীয়া স্থান নিজে পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
- লগতে উক্ত স্থানত উপস্থিত থকা জ্যেষ্ঠ মন্ত্ৰী আৰু বিষয়া-বৰ্গৰ সৈতে আলোচনা কৰি সন্ধিয়া কেবিনেট বৈঠকত বহিব।
- এই বৈঠকৰ পিছতে শেষকৃত্যৰ সময়, স্থান আৰু তেওঁক দিব লগা চৰকাৰী মৰ্যদা সম্পৰ্কীয় আনুষ্ঠানিক ঘোষণা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।