New Update
/asomiyapratidin/media/media_files/2025/10/16/gfdgfdgd-2025-10-16-20-47-07.jpg)
- বাক্সাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য
- ঘটনাৰ সৈতে জড়িত কেইবাজনো লোকক চিনাক্ত আৰক্ষীৰ
- ভিডিঅ’ ফুটেজৰ জৰিয়তে পৰিচয় লাভৰ চেষ্টা আৰক্ষীৰ
- ইয়াৰে ৯জনক চিনাক্ত কৰিছে আৰক্ষীয়ে
- চিনাক্ত হোৱা কেইজন– নুৰুল আলম, মহিদুল ইছলাম, মুস্তাফা আহমেদ,
- দীঘলটঙাৰ শিৱজন আলী, ছহিদুল, আহেলা মিঞা, ৰমিজ আলী
- আন দুজন আছিক আৰু হৰেকৃষ্ণ পাঠক
- কালিৰ ঘটনাত কোনো লোকৰে মৃত্যু হোৱা নাই
- এইমছত চিকিৎসাজধীন দুয়োজনৰে অৱস্থা সংকটমুক্ত
- বাক্সা জিলা কাৰাগাৰত বিছনাও নাই, ভালকৈ বিদ্যুৎ সংযোগো নাই
- ৰাজআতিথ্য দিয়া বুলি কৰা অভিযোগ ভুৱা
- ক’ল ড্রিংকছ অভিযুক্তক দিয়া হোৱা নাছিল
- গাড়ীৰ ভিতৰত থকা কনিষ্টবলকহে দিয়া হৈছিল