প্রাৰ্থিত্ব প্রদানৰ ক্ষেত্রত যুৱ প্রতিনিধিক অগ্রাধিকাৰ দিব বিজেপিয়েঃ মুখ্যমন্ত্রী

বাজপেয়ী ভৱনত বিজেপিৰ সাংগঠনিক সভা। আগন্তুক নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা। নিৰ্বাচনত প্রাৰ্থিত্ব প্রদান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্রীৰ।

author-image
Asomiya Pratidin
New Update
new ap web  4 (1)
  • বাজপেয়ী ভৱনত বিজেপিৰ সাংগঠনিক সভা
  • আগন্তুক নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা
  • নিৰ্বাচনত প্রাৰ্থিত্ব প্রদান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্রীৰ
  • প্রতিজন বিধায়কে যে টিকট পাব তাৰ নিশ্চয়তা নাই
  • বিধায়কৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি টিকট প্রদান কৰা হ’ব
  • যুৱ প্রতিনিধিক অগ্রাধিকাৰ দিয়া হ’ব প্রাৰ্থিত্ব প্রদানৰ ক্ষেত্রত
  • বিজেপিৰ এজনো বিধায়কক ৰাইজে বেয়া নাপায় : মুখ্যমন্ত্রী
  • প্রতিজন বিধায়কে ৩০০ৰ পৰা ৫০০ নামঘৰত অনুদান দিছে
  • বিজেপি বিধায়কসকলে সমষ্টি উন্নয়নৰ কাম কৰি আছে
  • বিজেপি বিধায়কৰ বিৰুদ্ধে কোনেও অভিযোগ দিয়া নাই
  • পুৰণি বিধায়কৰ টিকট নকটাকৈও নতুন বিধায়কক টিকট দিব পাৰিম
  • ২২জনতকৈ অধিক নতুন প্রতিনিধিয়ে পাব টিকট
  • ২৯ জানুৱাৰীত অসমলৈ অহাৰ সম্ভাৱনা গৃহমন্ত্রী অমিত শ্বাহৰ
  • প্রধানমন্ত্রীৰ পৰৱৰ্তী অসম ভ্রমণক লৈও আলোচনা সভাত
  • আসন ভাগ-বাটোৱাৰক লৈ NDAৰ মিত্র দলসমূহৰ সৈতে আলোচনা চলি আছে
  • বড়ো ভূমিৰ দলসমূহৰ সৈতেও আলোচনা চলি আছে
  • AGPৰ সৈতে মিত্রতা সন্দৰ্ভতো প্রতিক্রিয়া মুখ্যমন্ত্রীৰ
  • কেশৱ মহন্ত, অতুল বৰা, শীৰ্ষ নেতাৰ সৈতে আলোচনা চলি আছে
  • অগপ এটা স্বতন্ত্র দল, তেখেতসকলে ১০০টা সমষ্টিটো প্রাৰ্থী দিব পাৰে
  • মিত্রতাত থাকিব বিচাৰিলে দিলীপ শইকীয়াৰ সৈতে AGP নেতৃত্বই আলোচনা কৰিব লাগিব
  • বিজেপি নেতৃত্বৰ সৈতে বহি AGP-য়ে আসন বুজাবুজি কৰিব লাগিব
বিজেপি অসম বিজেপি