Advertisment

এতিয়াৰে পৰা ঘৰতে লাভ কৰিব মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট…

এতিয়াৰে পৰা ঘৰতে লাভ কৰিব মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট…

author-image
asomiyapratidin
New Update
জে এন ইউত প্ৰচণ্ড মাৰপিটঃ ABVPৰ বহু কেইজন কৰ্মী আহত, এইমছত ভৰ্তি…

  • দুৰ্ঘটনাত মৃত্যু হোৱা পৰিয়াললৈ সকাহ অসম চৰকাৰৰ।
  • এতিয়াৰে পৰা ঘৰতে লাভ কৰিব মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট।
  • মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে এই নতুন নিৰ্দেশ।
  • ১জানুৱাৰীৰ পৰা বলবৎ হোৱাকৈ এই নিৰ্দেশ প্ৰদান মুখ্যমন্ত্ৰীৰ।
  • উল্লেখ্য যে, বিভিন্ন সময়ত দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিৰ্পট বিচাৰি হাবাথুৰি খাব লগা হয় পৰিয়ালৰ লোকসকল।
  • এই লোকসকলৰ সুবিৰ্ধাথে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ মুখ্যমন্ত্ৰীৰ।