‘মানুহে মানুহৰ বাবে’ গীতটিক ৰাষ্ট্ৰসংঘত মানৱতাৰ গীতৰ স্বীকৃতিৰ বাবে অনুৰোধ মুখ্যমন্ত্ৰীৰ

ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সমন্বয় ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য।

author-image
Asomiya Pratidin
New Update
FETER
  • ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
  • সমন্বয় ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
  • ‘মানুহে মানুহৰ বাবে’ গীতটিক ৰাষ্ট্ৰসংঘত মানৱতাৰ গীতৰ স্বীকৃতিৰ বাবে অনুৰোধ
  • ৰাষ্ট্ৰসংঘক স্বীকৃতি প্ৰদানৰ বাবে অনুৰোধ অসম চৰকাৰৰ
  • বিহু সমিতিসমূহক এটা সন্ধিয়া সুধাকণ্ঠৰ নামেৰে ৰখাৰ আহ্বান
  • বিহু সমিতিসমূহক পূৰ্বতকৈ কিছু অধিক ধন ৰাশি দিয়া হ’ব 
  • ঢলা শদিয়া দলঙৰ জিৰ পইণ্টত নিৰ্মাণ কৰা হ’ব সুধাকণ্ঠৰ প্ৰতিমূৰ্তি
  • ১০০ ফুটতকৈ অধিক উচ্চতাৰ হ’ব ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি
  • প্ৰতিখন চহৰত এটি পথৰ নামাকৰণ হ’ব ড০ ভূপেন হাজৰিকাৰ নামত
ড০ ভূপেন হাজৰিকা ভূপেন হাজৰিকা