নাটকৰ যৱনিকা পৰিল! আজি পুনৰ নিজৰ দায়িত্ব চমজি ল’ব অগপৰ ৩ পদত্যাগী  মন্ত্ৰীয়ে…

নাটকৰ যৱনিকা পৰিল! আজি পুনৰ নিজৰ দায়িত্ব চমজি ল’ব অগপৰ ৩ পদত্যাগী  মন্ত্ৰীয়ে…
  • মিত্ৰতাৰ পাছতে মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ ৰাওনা অগপৰ পদত্যাগী ৩ মন্ত্ৰী।
  • আজি পুনৰ নিজৰ দায়িত্ব চমজি ল'ব অগপৰ ৩  পদত্যাগী  মন্ত্ৰীয়ে।
  • মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব অগপৰ ৩ মন্ত্ৰীয়ে।
  • বিধায়িনী দলৰ বিশেষ বৈঠক অনুষ্ঠিত নকৰাকৈয়ে ৰাওনা হৈছে মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ।
  • লগতে নিগম-নিকায়ৰ ৬ অধ্যক্ষৰ দায়িত্বও চমজি ল'ব অগপ নেতাই।
  • ৩ মন্ত্ৰীৰ লগত আছে বিধায়িকা ৰেণুপমা ৰাজখোৱা, বিধায়ক গুণীন্দ্ৰ নাথ দাস আৰু সত্যব্ৰত কলিতাকে ধৰি কেইবাজনো বিধায়ক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in