New Update
/asomiyapratidin/media/media_files/2026/02/21/new-ap-web-2026-02-21-19-31-13.jpeg)
- ফেচবুক লাইভযোগে মুখ্যমন্ত্রীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা
- কাইলৈৰ পৰা গুৱাহাটীৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল যাত্রীৰ বাবে মুকলি হ’ব
- পৰ্যায়ক্রমে নতুন নতুন বিমানৰ চলাচল আৰম্ভ কৰা হ’ব
- এপ্রিল মাহত বিমান বন্দৰৰ পুৰণি টাৰ্মিনেলটো বন্ধ কৰি দিয়া হ’ব
- ১৪০ মেট্রিক টন বাঁহ ব্যৱহাৰ কৰা হৈছে এই বিমান বন্দৰ নিৰ্মাণত
- আন দুটা নতুন টাৰ্মিনেল নিৰ্মাণৰ প্রাৰম্ভিম প্রস্তুতি আৰম্ভ কৰা হৈছে
- বিমান বন্দৰত নতুনকৈ সংযোজন হ’ব MRO
- MROত বিমানসমূহৰ মেৰামতি কৰা হ’ব
- MRO হাব হিচাপে গুৱাহাটী বিমান বন্দৰক প্রস্তুত কৰাৰ প্রচেষ্টা
- দুখন নতুন হোটেল নিৰ্মাণ কৰা হ’ব বিমান বন্দৰৰ সন্মুখত
- মাৰ্চ মাহতে মুকলি কৰা হ’ব কেইবাটাও গুৰুত্বপূৰ্ণ প্রকল্প
- চানমাৰিৰ মহাৰাজ পৃথু উৰণ সেতু ১০ মাৰ্চত মুকলি কৰা হ’ব
- ১১ মাৰ্চত ডিফুৰ উৰণ সেতু উদ্বোধন কৰা হ’ব
- সন্ধিয়া যোৰহাটত নিৰ্মাণ কৰা উৰণ সেতু উদ্বোধন কৰা হ’ব
- যোৰহাট কাৰাগাৰত নিৰ্মাণ কৰা উদ্যানো মুকলি কৰা হ’ব ১১ মাৰ্চত
- ১০ মাৰ্চত ৪০লাখ মহিলাৰ বেংক একাউণ্টলৈ ৯হাজাৰ টকাকৈ হস্তান্তৰ কৰা হ’ব
- ১৩ মাৰ্চতে অসমত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোডী
- ১৩ মাৰ্চত কোকৰাঝাৰত কেইবাটাও অনুষ্ঠানত ভাগ ল’ব প্রধানমন্ত্রীয়ে
- সন্ধিয়া অসমৰ চাহ শ্রমিকক ভূমিপট্টা দিয়া হ’ব
- ১৪ মাৰ্চৰ পুৱা প্ৰধানমন্ত্রী শিলচৰলৈ যাব
- শিলচৰ-গুৱাহাটীৰ মাজৰ এক্সপ্রেছ হাইৱে’ৰ আধাৰশিলা স্থাপন কৰিব
- মুম্বাই আৰু পুনেৰ হাইৱে’ৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই ঘাইপথ
- শিলচৰ চহৰৰ বাবে নিৰ্মাণ কৰিবলগীয়া উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিব
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us