দিব নালাগে আগধন, বৃদ্ধি নহয় মাচুলঃ কৰ্কট ৰোগৰ চিকিৎসাক লৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ...

কেন্সাৰ হাস্পতালৰ মাচুল বৃদ্ধি সাময়িকভাৱে প্রত্যাহাৰ। পৰীক্ষামূলকভাৱে লোৱা সিদ্ধান্ত বাতিল অসম চৰকাৰৰ। স্বাস্থ্য বিভাগৰ সৈতে হোৱা বৈঠকৰ পিছতেই এই সিদ্ধান্ত।  দিছপুৰৰ বৈঠকৰ অন্তত কৰ্কট প্রতিষ্ঠানৰ

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
jjjd
  • কেন্সাৰ হাস্পতালৰ মাচুল বৃদ্ধি সাময়িকভাৱে প্রত্যাহাৰ।
  • পৰীক্ষামূলকভাৱে লোৱা সিদ্ধান্ত বাতিল অসম চৰকাৰৰ।
  • স্বাস্থ্য বিভাগৰ সৈতে হোৱা বৈঠকৰ পিছতেই এই সিদ্ধান্ত। 
  • দিছপুৰৰ বৈঠকৰ অন্তত কৰ্কট প্রতিষ্ঠানৰ অধীক্ষকৰ মন্তব্য।
  • মুখ্যমন্ত্রীয়ে জৰুৰীভাৱে তলব কৰিছিল কৰ্কট প্রতিষ্ঠানৰ কৰ্তৃপক্ষক।
  • অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনেও প্রকাশ কৰিছিল প্রতিক্রিয়া।
  • চিকিৎসালয়ৰ মানদণ্ড অক্ষুণ্ণ ৰখাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছিল।
  • চৰকাৰী বিধি অনুসৰিহে নুন্যতম মাচুল বৃদ্ধি কৰা হৈছিল।
  • সমগ্র প্রক্রিয়া পৰীক্ষামূলকভাৱে কৰা বুলি মন্তব্য প্রতিষ্ঠান কৰ্তৃপক্ষৰ।
  • বিষয়টো হস্তক্ষেপ কৰিছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।
  • কেবিনেট বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব।
  • কোকৰাঝাৰত প্রতিক্রিয়া প্রকাশ কৰিছিল মুখ্যমন্ত্রীয়ে।
  • সকলো সিদ্ধান্ত সাময়িকভাৱে বাতিলৰ ঘোষণা।
হিমন্ত বিশ্ব শৰ্মা