/asomiyapratidin/media/media_files/2025/11/23/new-ap-web-4-21-2025-11-23-13-28-11.jpg)
ডিজিটেল সংবাদ,ওৰাংঃ ঢেকিয়াজুলিৰ শিঙৰীস্থিত ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰথমে বাবা গুপ্তেশ্বৰ দেৱালয়ত সেৱা গ্ৰহণ কৰি আজিৰে পৰা আৰম্ভ হোৱা অতি ৰুদ্ৰ মহাযজ্ঞৰ শুভৰাম্ভণি কাৰ্যত উপস্থিত থাকি অতি ৰুদ্ৰ মহাযজ্ঞৰ সংকল্প গ্ৰহণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/image-6-2025-11-23-13-24-02.png)
উল্লেখ্য যে এই ৰুদ্ৰ মহাযজ্ঞত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা আৰু মন্ত্ৰী অশোক সিংহাল ৷ ২৩ নৱেম্বৰ পৰা ৩০ নৱেম্বৰ লৈকে ৮ দিনীয়া আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে “অতি ৰুদ্ৰ মহাযজ্ঞ”।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/image-7-2025-11-23-13-25-23.png)
তাৰোপৰি দক্ষিণ ভাৰতৰ ২৫০ ৰো অধিক পুৰোহিতে কৰিছে অতি ৰুদ্ৰ মহাযজ্ঞ ৷ এই উপলক্ষে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰীগুপ্তেশ্বৰ দেৱালয় ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/23/image-8-2025-11-23-13-26-12.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us