Published on:
Updated on:
- মহাৰাষ্ট্ৰৰ বানাক্ৰান্তসকললৈ এমাহৰ দৰমহা সাহায্য হিচাপে প্ৰদান মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছৰ।
- তেওঁৰ মন্ত্ৰীসভাৰ অন্য মন্ত্ৰীসকলৰো বান পীড়িতলৈ এমাহৰ দৰমহা আগবঢ়োৱাৰ ঘোষণা।
- মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে আগবঢ়োৱা হ'ব এই সাহায্য।
- উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ কেইবাখনো জিলাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।
- বানৰ কবলত পৰি মৃত্যু হৈছে কেইবাজনৰো।
Code:
Asomiya Pratidin
www.asomiyapratidin.in