New Update
/asomiyapratidin/media/media_files/2025/09/21/ujjjjd-2025-09-21-15-38-37.jpg)
- জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ সময়সীমা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে।
- দেওবাৰে ওৰে নিশাৰ লগতে সোমবাৰৰ দিনটোতো জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব ৰাইজে।
- এই সন্দৰ্ভত টুইট কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
- ড০ শৰ্মাই টুইটত লিখিছে যে, অধিক সংখ্যক লোকে আমাৰ মৰমৰ জুবিনক শেষবাৰৰ বাবে চাবলৈ ইচ্ছা কৰে, আৰু আমি এই আৱেগবোৰ গভীৰভাৱে বুজি পাওঁ।
- সেয়ে আজি গোটেই নিশা ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম খোলা থাকিব যাতে জনসাধাৰণে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰেঃ মুখ্যমন্ত্ৰী
- তেওঁ লগতে লিখিছে- কাইলৈও জুবিনৰ মৃতদেহ সৰুসজাইত ৰখা হ’ব যাতে মানুহে শ্ৰদ্ধাঞ্জলি জনাব পাৰে।