আজি চি আই ডিৰ জিম্মাৰ ম্যাদ উকলিব শ্যামকানু, শেখৰ, সিদ্ধাৰ্থ আৰু অমৃতপ্ৰভাৰ...

আজি চি আই ডিৰ জিম্মাৰ ম্যাদ উকলিব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ। জুবিন গাৰ্গৰ ভাতৃ নিলম্বিত এ পি এছ বিষয়া সন্দীপন গাৰ্গৰো উকলিব চি আই ডি জিম্মাৰ ম্যাদ।

author-image
Asomiya Pratidin
New Update
ujjjd
  • আজি চি আই ডিৰ জিম্মাৰ ম্যাদ উকলিব শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ।
  • জুবিন গাৰ্গৰ ভাতৃ নিলম্বিত এ পি এছ বিষয়া সন্দীপন গাৰ্গৰো উকলিব চি আই ডি জিম্মাৰ ম্যাদ।
  • চি জে এম আদালতত হাজিৰ কৰোৱা হব আটাইকেইজনক।
  • আটাইকেইগৰাকী অভিযুক্ত ক'ত ৰখা হব তাক লৈ চৰ্চা অব্যাহত।
  • ইফালে কেন্দ্ৰীয় কাৰাগাৰত আটাইকেইগৰাকী অভিযুক্তৰ বাবে আছতীয়া কোঠাৰ ব্যৱস্থা কৰা হৈছে বুলিও খবৰ প্ৰকাশ পাইছে।
  • উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যু কাণ্ডৰ সৈতে নাম সাঙোৰ খোৱা এতিয়ালৈকে ৬গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
  • ইয়াৰ ভিতৰত আছে জুবিন গাৰ্গৰ দুই দেহৰক্ষীও।
জুবিন গাৰ্গ