আমাক কোনোবাই ৰঙা চকু দেখুৱালে সেই চকু আমি কাঢ়ি আনিমঃ মুখ্যমন্ত্ৰী

কচুতলীৰ ৭০৮ বিঘা ভূমি সন্দেহযুক্ত লোকে দখল কৰি আছিল। ৰাইজে দাবী কৰিছিল এই লোকসকলক উচ্ছেদ কৰিব লাগে। বিজেপি নেতৃত্বাধীন চৰকাৰে এই কাম কৰি দেখুৱালে।

author-image
Asomiya Pratidin
New Update
new ap web  1.jpg
  • সোণাপুৰৰ কচুতলীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ
  • ভাষণ প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উল্লেখ মুখ্যমন্ত্ৰীৰ
  • কচুতলীৰ ৭০৮ বিঘা ভূমি সন্দেহযুক্ত লোকে দখল কৰি আছিল
  • ৰাইজে দাবী কৰিছিল এই লোকসকলক উচ্ছেদ কৰিব লাগে
  • বিজেপি নেতৃত্বাধীন চৰকাৰে এই কাম কৰি দেখুৱালে
  • বিগত পাঁচটা বৰ্ষত ডেৰ লাখ বিঘা ভূমি অবৈধ লোকৰ পৰা মুক্ত কৰিছো
  • ৪০ লাখ বিঘা ভূমি অবৈধ লোকে দখল কৰি আছে
  • পুনৰ বিজেপিৰ চৰকাৰ হ’লে ৫লাখ বিঘা ভূমি বেদখলকাৰীৰ পৰা মুকলি কৰা হ’ব
  • আমাক কোনোবাই ৰঙা চকু দেখুৱালে সেই ৰঙাচকু কাঢ়ি আনিম
  • এইখন নতুন অসম, অগ্রগামী অসম
  • অসমীয়াক এতিয়াও কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব
  • অসমৰ গঁড় কোনোবাই হত্যা কৰিলে এতিয়া ১০বাৰ চিন্তা কৰিব লাগিব
  • ছেমি কণ্ডাক্টৰো আহিব, অসমৰ ৰাজপথত বিমানো অৱতৰণ কৰিব
  • ১৭৫ বিঘা ভূমিত বেটেলিয়ন হ’ব
  • বাকী ৫০০ বিঘা ভূমিত ৰাইজে যি বিচাৰে সেয়ে নিৰ্মাণ কৰা হ’ব
  • কেৱল কচুতলীৰ পৰাই নহয় সমগ্র অসমৰ পৰাই পলাব লাগিব অবৈধ বাংলাদেশী
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ড০ হিমন্ত বিশ্ব শৰ্মা