বৰপেটাত অঘটন! ষট পূজাত অংশ ল'বলৈ গৈ সলিল সমাধি এজন ভক্তৰ

বৰপেটাৰোড চহৰত ষট পূজাত অঘটন।
বৰপেটাত অঘটন! ষট পূজাত অংশ ল'বলৈ গৈ সলিল সমাধি এজন ভক্তৰ
  • বৰপেটাৰোড চহৰত ষট পূজাত অঘটন।

  • পূজাত অংশ ল’বলৈ যোৱা এজন ভক্তৰ সলিল সমাধি।

  • মৰা মানাহ নৈৰ বিষ্ণু-জ্যোতি সৰোবৰত সংঘটিত এই ঘটনা।

  • মৃত লোকজনৰ নাম বাসুদেৱ ঘোষ।

  • বাসুদেৱ ঘোষৰ ঘৰ বৰপেটা ৰোডৰ শক্তি নগৰত।

  • পৰিয়ালৰ লোকৰ সৈতে ষট পূজাত ভাগ ল’বলৈ আহিছিল লোকজন।

  • SDRFৰ জোৱানে পানীৰ পৰা উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in