/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-5.jpg)
-
বৰপেটাৰোড চহৰত ষট পূজাত অঘটন।
-
পূজাত অংশ ল’বলৈ যোৱা এজন ভক্তৰ সলিল সমাধি।
-
মৰা মানাহ নৈৰ বিষ্ণু-জ্যোতি সৰোবৰত সংঘটিত এই ঘটনা।
-
মৃত লোকজনৰ নাম বাসুদেৱ ঘোষ।
-
বাসুদেৱ ঘোষৰ ঘৰ বৰপেটা ৰোডৰ শক্তি নগৰত।
-
পৰিয়ালৰ লোকৰ সৈতে ষট পূজাত ভাগ ল’বলৈ আহিছিল লোকজন।
-
SDRFৰ জোৱানে পানীৰ পৰা উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ।