New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- ছত্তীশগড়ত নিহত ২ মাওবাদী।
- নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত মাওবাদীদ্বয়।
- ছত্তীশগড়ৰ ছুকমাত সংঘটিত হৈছিল এই সংঘৰ্ষ।
- নিহত মাওবাদী দুজনৰ পৰা দুটা ৰাইফল উদ্ধাৰ কৰিছে নিৰাপত্তাৰক্ষীয়ে।
- উল্লেখ্য যে, বীজাপুৰতো নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছিল ৫জনকৈ সন্ত্ৰাসবাদী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us