" চানমাৰিৰ পায়েল শইকীয়াৰ মৃত্যুৰ নতুন মোৰ চানমাৰি আৰক্ষীয়ে আটক কৰিছে দুজন যুৱকক ধৃত যুৱক দুজন মানৱজ্যোতি কোচ আৰু ৰাজ খাউণ্ড ঘটনাৰ দিনাখন মানৱজ্যোতিৰ সৈতে সংঘাতত লিপ্ত হৈছিল পায়েল ঘটনাৰ পূৰ্বৰ নিশা পায়েলৰ ফ্লেটত আছিল মানৱজ্যোতি "