Published on:
Updated on:
- উৰিষ্যাৰ পাছত পঞ্জাৱতো লকডাউনৰ সময়সীমা বৃদ্ধি।
- ১ মে'ৰ লৈকে বৃদ্ধি কৰা হৈছে পঞ্জাৱত লকডাউনৰ সময়সীমা।
- শুকুৰবাৰে অনুষ্ঠিত হোৱা কেবিনেটৰ বৈঠকত লোৱা হয় এই সিদ্ধান্ত।
- মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে আনুষ্ঠানিকভাৱে কৰে এই ঘোষণা।
- এই লকডাউন সময়চোৱাত কৃষকসকলক ৰেহাই দিয়া হব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।
- ১৫ এপ্ৰিলৰ পৰা ৰাজ্যখনত ঘেহুঁৰ বিক্ৰী প্ৰক্ৰিয়া আৰম্ভ হব বুলিও জনায় মুখ্যমন্ত্ৰীয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in