হাতীআলিত ৰে’লৰ খুন্দাত থিতাতে নিহত এজন

চাবনৱাত অৱধ অসম এক্সপ্রেছৰ খুন্দাত থিতাতে নিহত হয় এজন লোক। বৰ্তমানলৈ নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • চাবুৱাৰ হাতীআলিত অঘটন
  • ৰে’লৰ খুন্দাত থিতাতে নিহত এজন
  • অৱধ অসম এক্সপ্রেছৰ খুন্দাত নিহত লোকজন
  • বৰ্তমানলৈ নিহত লোক
  • জনৰ পৰিচয় জানিব পৰা হোৱা নাই 
  • ৰে’ল লাইনত বহি থকা অৱস্থাত খুন্দিয়াই থৈ যায় লোকজনক
  • ঘটনাস্থলীত ৰে’ল আৰক্ষীৰ উপস্থিতিত তদন্ত আৰম্ভ
চাবুৱা