১০/১১ত দিল্লীত হৈছিল সন্ত্ৰাসবাদীৰ আক্ৰমণঃ কেবিনেটত পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা...

১০ নৱেম্বৰত ৰাজধানী দিল্লীত হৈছিল সন্ত্রাসবাদীৰ আক্রমণ।  কেন্দ্রীয় কেবিনেটত পিছতে কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণা। প্রধানমন্ত্রীৰ অধ্যক্ষতাত হৈছিল কেবিনেট বৈঠক। ‘কাৰ বিস্ফোৰণ’ৰে সন্ত্রাসবাদীৰ আক্রমণ।  সন্ত্রাসবাদীয়ে আত্মঘাতী বিস্ফোৰণ কৰিছিল লালকিল্লাৰ সমীপত।

author-image
Asomiya Pratidin
New Update
ikkkd
  • ১০ নৱেম্বৰত ৰাজধানী দিল্লীত হৈছিল সন্ত্রাসবাদীৰ আক্রমণ। 
  • কেন্দ্রীয় কেবিনেটত পিছতে কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণা।
  • প্রধানমন্ত্রীৰ অধ্যক্ষতাত হৈছিল কেবিনেট বৈঠক।
  • ‘কাৰ বিস্ফোৰণ’ৰে সন্ত্রাসবাদীয়ে কৰিছিল দিল্লীত আক্রমণ। 
  • সন্ত্রাসবাদীয়ে আত্মঘাতী বিস্ফোৰণ কৰিছিল লালকিল্লাৰ সমীপত। 
  • বিস্ফোৰণৰ সন্দৰ্ভত তদন্তৰ বাবে উচ্চস্তৰীয় কমিটী গঠন। 
  • ৫খন ৰাজ্যৰ ১০টা স্থানত NIA-ৰ অভিযান। 
  • অভিযান কালত বৃহৎ‍ সংখ্যক ডিজিটেল ডিভাইছ জব্দ। 
  • সন্ত্রাসবাদীৰ কাৰ্যাকলাপক সমৰ্থন,পৃষ্ঠপোষকতাক কৰাসকলক চিনাক্ত কৰা হ’ব। 
  • সন্ত্রাসবাদৰ সৈতে শূন্য সহনশীল নীতি কেন্দ্রৰ।
  • আনফালে দিল্লীৰ বোমা বিস্ফোৰণৰ সৈতে জড়িতৰ সন্দেহত এখন বাহন জব্দ। 
  • হাৰিয়ানাৰ ফৰিদাবাদৰ খান্দাৱালি গাঁৱত ৰখাই থোৱা অৱস্থাত উদ্ধাৰ বাহনখন। 
  • ৰঙা ৰঙৰ ইক’ স্প’ৰ্ট বাহনখনৰ নম্বৰ DL 10 CK 0458। 
  • বোমা বিস্ফোৰণৰে জড়িত ডাঃ ওমৰ উন নবিৰ সংযোগ আছিল বাহনখনৰ।
  • ফৰিদাবাদ আৰক্ষীয়ে জব্দ কৰে সন্দেহযুক্ত বাহনখন। 
দিল্লী