সেউজ নগৰ টিলা নামঘৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন

মহানগৰীৰ চুনচালী সেউজ নগৰ টিলা নামঘৰৰ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বিগত বছৰৰ দ্বৰেই পূৱা পৰিবেশ নিকাকৰণ, নাম প্ৰসংগ, প্ৰসাদ বিতৰণ,সন্ধিয়া মহিলা সকলৰ নাম, বন্তি প্ৰজ্বলন,প্ৰসাদ বিতৰণ আৰু প্ৰীতি ভোজেৰে

author-image
Asomiya Pratidin
New Update
114

ডিজিটেল সংবাদ, গুৱাহাটী : মহানগৰীৰ চুনচালী সেউজ নগৰ টিলা নামঘৰৰ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বিগত বছৰৰ দ্বৰেই পূৱা পৰিবেশ নিকাকৰণ, নাম প্ৰসংগ, প্ৰসাদ বিতৰণ,সন্ধিয়া মহিলা সকলৰ নাম, বন্তি প্ৰজ্বলন,প্ৰসাদ বিতৰণ আৰু প্ৰীতি ভোজেৰে দিনজোৰ কাৰ্যসূচীৰ সামৰনি মৰা হয়।

Advertisment

উল্লেখযোগ্য যে এই নামঘৰত সকলো জনগোষ্ঠী লোকৰ বাবে সদায় দুৱাৰ খোলা থাকে। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ মহান উদ্দেশ্য সাৰোগত কৰি এই অঞ্চলৰ ৰাইজে নামঘৰৰ জৰিয়তেই সাৰ্বজনীনতা প্ৰকাশ কৰি আহিছে।

সোমবাৰৰ পৰাই মাহজোৰা নাম প্ৰসংগ অনুষ্ঠিত হ'ব বুলি ৰাইজৰ পৰা জানিব পৰা গৈছে।

নামঘৰ