New Update
/asomiyapratidin/media/media_files/2025/12/06/419-2025-12-06-15-25-19.jpg)
- ১২ ডিচেম্বৰ ২০২৫ত দাখিল কৰা হ’ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা।
- এই কথা সদৰী কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে গঠন কৰি দিয়া এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই।
- এক সংবাদমেলযোগে ঘোষণা কৰে তেওঁ এই তথ্য।
- চি আই ডিৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জনোৱা মতে এছ আই টিয়ে তদন্ত প্ৰায় সম্পূৰ্ণ কৰিছে।
- এই গোচৰৰ তদন্তত ৭জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
- চি আই ডিত ৰুজু হোৱা ১৮/২৫ নম্বৰৰ গোচৰৰহে অভিযোগনামা দাখিল কৰা হ’ব আদালতত।
- আনটো গোচৰ ১৯/২৫ৰ তদন্ত অৱ্যাহত থাকিব।
- বিষয়াগৰাকীৰ মতে জুবিনৰ মৃত্যুৰ গোচৰত ৩শৰো অধিক লোকক জেৰা কৰিছিল এছ আই টিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us