দিল্লী-আগ্রা এক্সপ্রেছৱেত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

৭খন বাছ আৰু ৩খন চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ । দুৰ্ঘটনাৰ পিছতে জ্বলি উঠিল কেইবাখনো বাহন। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-16 at 9.11.55 AM

ডিজিটে ডেস্কঃ ঘন কুঁৱলীৰ বাবে দিল্লী-আগ্রা এক্সপ্রেছৱেত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।  ৭খন বাছ আৰু ৩খন চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ । দুৰ্ঘটনাৰ পিছতে জ্বলি উঠিল কেইবাখনো বাহন। 

5b0bb5c7-b510-4451-807c-c59e2bb7ad4a

উল্লেখ্য যে, এই দুৰ্ঘটনাত চাৰিজন লোকৰ নিহত হয়। ইপিনে ২৫জন লোক গুৰুতৰভাৱে আঘাতপ্রাপ্ত  হয় দুৰ্ঘটনাটোত। আঘাতপ্রাপ্তসকলক চিকিৎসাৰলয়লৈ প্রেৰণ কৰে আৰক্ষীয়ে। 

image (19)

দিল্লী-আগ্রা এক্সপ্রেছৱেত