/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7d68e267-fed8-4582-be14-a618ec892841/pic_eimuhurtor_khobor_copy.jpg)
-
নিশা শুক্রেশ্বৰ মন্দিৰৰ সন্মুখত পথ দুৰ্ঘটনা
-
নিয়ন্ত্রণ হেৰুৱাই ডিভাইদাৰত খুন্দা এখন থাৰৰ
-
আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই ঘটনাস্থলীৰ পৰা পলায়ন চালক-আৰোহীৰ
-
বাহনখনৰ নং- AS01 DQ 8000
-
বাহনখনত থকা ঔষধ, নথি-পত্র জ্বলাই দিয়াৰ সন্দেহ
-
দুৰ্ঘটনাত পতিত লোকজন জালুকবাৰীৰ জিতেন্দ্র শালৈ বুলি চিনাক্ত
-
পাণবজাৰ আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন