Published on:
Updated on:
- কলকতাৰ আৰক্ষীৰ বিশেষ অভিযান।
- চিবিআইৰ প্ৰাক্তন সঞ্চালক এম নাগেশ্বৰ ৰাওৰ বিৰুদ্ধে চলালে এই অভিযান।
- দুই স্থানত কলকতা আৰক্ষীয়ে চলাইছিল অভিযান।
- তাৰে এটা স্থান আছিল নাগেশ্বৰ ৰাওৰ পত্নীৰ মালিকানাধীন এটা কোম্পানীৰ কাৰ্যালয়।
- ছল্ড লেকত আছিল এ এম প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটো।
- কোম্পানীটোৰ বিৰুদ্ধে পূৰ্বৰে পৰা যথেষ্ট অনিয়মৰ অভিযোগ আছিল বুলি দাবী কলকতা আৰক্ষীৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in