New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/cabinet-meeting.jpg)
ফাইল ফটো
- তুংগত উঠিছে ভাৰত–পাকিস্তানৰ মাজত সংঘাত।
 - কেবিনেট বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
 - বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত আহ্বান কৰা হৈছে এই বৈঠকৰ।
 - বৈঠকৰ পূৰ্বে মোদীয়ে অংশগ্ৰহণ কৰিব কেবিনেট কমিটী অন ছিকিউৰিটীৰ বৈঠকত।
 - যিকোনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তৎপৰ হৈছে দুয়োখন দেশ।
 - কেবিনেট কমিটী অন ছিকিউৰিটীৰ বৈঠকত ভাৰত–পাকিস্তানৰ মাজত বৃদ্ধি পোৱা সংঘাতৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'ব প্ৰধানমন্ত্ৰীয়ে।
 - পাকিস্তানৰ বিৰুদ্ধে কেনেধৰণৰ পৰৱৰ্তী পদক্ষেপ লোৱা হ'ব সেই প্ৰসংগটো বৈঠকত সিদ্ধান্ত হোৱাৰ সম্ভাৱনা।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us