তুংগত ভাৰত–পাকিস্তানৰ সংঘাত, কেবিনেট বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ফাইল ফটো
ফাইল ফটো
  • তুংগত উঠিছে ভাৰত–পাকিস্তানৰ মাজত সংঘাত।
  • কেবিনেট বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
  • বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত আহ্বান কৰা হৈছে এই বৈঠকৰ।
  • বৈঠকৰ পূৰ্বে মোদীয়ে অংশগ্ৰহণ কৰিব কেবিনেট কমিটী অন ছিকিউৰিটীৰ বৈঠকত।
  • যিকোনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তৎপৰ হৈছে দুয়োখন দেশ।
  • কেবিনেট কমিটী অন ছিকিউৰিটীৰ বৈঠকত ভাৰত–পাকিস্তানৰ মাজত বৃদ্ধি পোৱা সংঘাতৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'ব প্ৰধানমন্ত্ৰীয়ে।
  • পাকিস্তানৰ বিৰুদ্ধে কেনেধৰণৰ পৰৱৰ্তী পদক্ষেপ লোৱা হ'ব সেই প্ৰসংগটো বৈঠকত সিদ্ধান্ত হোৱাৰ সম্ভাৱনা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in