ক্ষুদ্ৰ উদ্যোগখণ্ডক মোডী চৰকাৰে দিব পাৰে ভাল খবৰ…

ক্ষুদ্ৰ উদ্যোগখণ্ডক মোডী চৰকাৰে দিব পাৰে ভাল খবৰ…

author-image
asomiyapratidin
New Update
ক্ষুদ্ৰ উদ্যোগখণ্ডক মোডী চৰকাৰে দিব পাৰে ভাল খবৰ…

  • দেশৰ আৰ্থিক অৱস্থাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেবিনেট বৈঠক আৰম্ভ।
  • দেশৰ ক্ষুদ্ৰ উদ্যোগখণ্ডক লৈ এই বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা সম্ভাৱনা।
  • ক্ষুদ্ৰ উদ্যোগ সমূহলৈ ঋণ প্ৰদান কৰা প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো কিছু সাল-সলনি কৰাৰ সম্ভাৱনা।
  • ক্ষুদ্ৰ উদ্যোগখণ্ডক লৈ এক বিশেষ আচঁনি কাৰ্যকৰী কৰাৰ কথা সদৰী কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে।
  • এই আচঁনিৰ জৰিয়তে ক্ষুদ্ৰ উদ্যোগসমূহে ঋণ লাভ কৰা প্ৰক্ৰিয়া পূৰ্বতকৈ সহজ হোৱাৰ লগতে সুদৰ হাৰো পূৰ্বতকৈ কম হব।