মাজত কেইটামান মিনিটঃ ১০.৪০ বজাৰ পৰা আৰম্ভ ‘কা’ লৈ ছুপ্ৰিম ক’ৰ্টৰ শুনানি…

মাজত কেইটামান মিনিটঃ ১০.৪০ বজাৰ পৰা আৰম্ভ ‘কা’ লৈ ছুপ্ৰিম ক’ৰ্টৰ শুনানি…
  • নাগৰিকত্ব সংশোধনী আইনক লৈ বুধবাৰে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি।
  • উচ্চতম ন্যায়ালয়ত আইনখনক লৈ দাখিল কৰা ১৪০ খনৰো অধিক আবেদন দাখিল কৰা হৈছে।
  • ইয়াৰে অধিক সংখ্যক আবেদন আইনখনৰ বিৰুদ্ধে দাখিল কৰাৰ পৰিৱৰ্তে কিছু সংখ্যক আইনখনক সমৰ্থনত দাখিল কৰা হৈছে।
  • প্ৰাপ্ত খবৰুনসৰি, ১৩৩ খন আবেদন শুনানিৰ বাবে লিষ্টেড কৰা হৈছে।
  • ইয়াৰে ১৩১ খন আবেদন আইনখনৰ বিৰুদ্ধে দাখিল কৰা হৈছে।
  • কা'ৰ সমৰ্থনত আবেদন দাখিল কৰিছিল কেন্দ্ৰইয়ো।
  • বুধবাৰে ১০.৪০ বজাৰ আৰম্ভ হ'ব শুনানি প্ৰক্ৰিয়া।
  • উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডে, ন্যায়াধীশ আব্দুল নজীৰ আৰু ন্যায়াধীশ সঞ্জীৱ খান্না তিনিজনীয়া বিচাৰপীঠে প্ৰদান কৰিব ৰায়দান।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in