New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/ca-spcl.jpg)
- নাগৰিকত্ব সংশোধনী আইনক লৈ বুধবাৰে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি।
- উচ্চতম ন্যায়ালয়ত আইনখনক লৈ দাখিল কৰা ১৪০ খনৰো অধিক আবেদন দাখিল কৰা হৈছে।
- ইয়াৰে অধিক সংখ্যক আবেদন আইনখনৰ বিৰুদ্ধে দাখিল কৰাৰ পৰিৱৰ্তে কিছু সংখ্যক আইনখনক সমৰ্থনত দাখিল কৰা হৈছে।
- প্ৰাপ্ত খবৰুনসৰি, ১৩৩ খন আবেদন শুনানিৰ বাবে লিষ্টেড কৰা হৈছে।
- ইয়াৰে ১৩১ খন আবেদন আইনখনৰ বিৰুদ্ধে দাখিল কৰা হৈছে।
- কা'ৰ সমৰ্থনত আবেদন দাখিল কৰিছিল কেন্দ্ৰইয়ো।
- বুধবাৰে ১০.৪০ বজাৰ আৰম্ভ হ'ব শুনানি প্ৰক্ৰিয়া।
- উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডে, ন্যায়াধীশ আব্দুল নজীৰ আৰু ন্যায়াধীশ সঞ্জীৱ খান্না তিনিজনীয়া বিচাৰপীঠে প্ৰদান কৰিব ৰায়দান।