‘কা’ৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানিৰ বাবে সাংবিধানিক বিচাৰপীঠ গঠন কৰাৰ ইংগিত…

‘কা’ৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানিৰ বাবে সাংবিধানিক বিচাৰপীঠ গঠন কৰাৰ ইংগিত…
  • উচ্চতম ন্যায়ালয়ৰ 'কা' আৰু এন পি আৰ প্ৰক্ৰিয়াত বাধা আৰোপ কৰাত অস্বীকাৰ।
  • 'কা'ৰ বিৰুদ্ধে ন্যায়ালয়ত দাখিল কৰা আবেদনৰ সন্দৰ্ভত সাংবিধানিক বিচাৰপীঠ গঠনৰ ইংগিত।
  • ৫ সপ্তাহৰ ভিতৰত ন্যায়ালয়ে এই সন্দৰ্ভত অন্তৱৰ্তীকালীন নিৰ্দেশ দিয়াৰ সম্ভাৱনা।
  • ৪ সপ্তাহৰ ভিতৰত নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই দাখিল কৰিব লাগিব উত্তৰ।
  • পৰৱৰ্তী সময়ত এই গোচৰৰ শুনানি বন্ধ কোঠাৰ ভিতৰত অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in