New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- উচ্চতম ন্যায়ালয়ৰ 'কা' আৰু এন পি আৰ প্ৰক্ৰিয়াত বাধা আৰোপ কৰাত অস্বীকাৰ।
- 'কা'ৰ বিৰুদ্ধে ন্যায়ালয়ত দাখিল কৰা আবেদনৰ সন্দৰ্ভত সাংবিধানিক বিচাৰপীঠ গঠনৰ ইংগিত।
- ৫ সপ্তাহৰ ভিতৰত ন্যায়ালয়ে এই সন্দৰ্ভত অন্তৱৰ্তীকালীন নিৰ্দেশ দিয়াৰ সম্ভাৱনা।
- ৪ সপ্তাহৰ ভিতৰত নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই দাখিল কৰিব লাগিব উত্তৰ।
- পৰৱৰ্তী সময়ত এই গোচৰৰ শুনানি বন্ধ কোঠাৰ ভিতৰত অনুষ্ঠিত হ'ব।