বিহাৰত পুৱাৰে পৰাই আনন্দৰ মুখত হাঁহি...

বিহাৰৰ বক্সাৰ সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী আনন্দ মিশ্ৰ। প্ৰাক্তন আই পি এছ বিষয়াগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীতকৈ কেইবা শতাধিক ভোটত আগবাঢ়ি আছে। কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীৰ সৈতে তুমূল প্ৰতিদ্বন্দ্বিতা হৈছে মিশ্ৰৰ।

author-image
Asomiya Pratidin
New Update
aasddd
  • বিহাৰৰ বক্সাৰ সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী আনন্দ মিশ্ৰ।
  • প্ৰাক্তন আই পি এছ বিষয়াগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীতকৈ কেইবা শতাধিক ভোটত আগবাঢ়ি আছে।
  • কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীৰ সৈতে তুমূল প্ৰতিদ্বন্দ্বিতা হৈছে মিশ্ৰৰ।
  • বৰ্তমানলৈ দ্বিতীয় স্থানত আছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী।
  • অগ্ৰগতিৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে বি এছ পি দলৰ অভিমূন্য মায়াৰী। 
  • উল্লেখ কৰা প্ৰয়োজন যে, বিজেপিত যোগদান কৰিয়েই টিকট লাভ কৰিছে আনন্দ মিশ্ৰই।
  • তাকে লৈ দলৰ ভিতৰত সূত্ৰপাত হৈছিল বিসম্বাদৰো।
  • কিন্তু সকলোবোৰ বিসম্বাদ অতিক্ৰমী অগ্ৰগতি লাভ কৰি আছে আনন্দ মিশ্ৰই। 

বিহাৰ