Published on:
Updated on:
- তামিলনাডুৰ অৱিনাশীত পুৱাই ভয়ংকৰ দুৰ্ঘটনা।
- বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ২০জন লোকৰ থিতাতে মৃত্যু
- লগতে আহত হৈছে ২৪জনকৈ লোক।
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
- আহত কেইবাজনৰো অৱস্থা সংকটজনক।
- বেংগালুৰুৰ পৰা কোচীলৈ গৈ থকাৰ সময়তে KSRTCৰ বাছখনে তামিলনাডুৰ অৱিনাশীত এখন ট্ৰাকত খুন্দা মাৰে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in