বেহাৰবাৰী আউটপোষ্টৰ শিল্পীৰ ঘৰত চুৰিকাণ্ড

ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাত। ঘটনাস্থলীত উপস্থিত পুৰণিগুদাম আৰক্ষী।

author-image
Asomiya Pratidin
New Update
560
  • বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী সীমা বৰুৱাৰ ঘৰত চুৰিকাণ্ড। 
  • নগাঁৱৰ পুৰণিগুদামৰ কাষৰিগাঁৱত দিন দুপৰতে চুৰিকাণ্ড।
  • বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী সীমা বৰুৱাৰ কাষৰিগাৱঁস্থিত বাসগৃহত এই চুৰিকাণ্ড ।
  • ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাত।
  • ঘটনাস্থলীত উপস্থিত পুৰণিগুদাম আৰক্ষী।
অভিনেত্ৰী