/asomiyapratidin/media/media_files/2025/09/26/434-2025-09-26-11-06-21.jpg)
ডিজিটেল ডেস্ক : আজি পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হৈছে বি টি আৰ নিৰ্বাচনৰ ভোটগণনা। ইতিমধ্যে পোষ্টেল বেলটৰ ভোটগণনাৰ পুৱা ১০-০০ বজাৰ শেহতীয়া খবৰ অনুসৰি কেইবাটাও সমষ্টিত বিপিএফে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ হাতত পৰা কেইবাটাও সমষ্টিৰ শেহতীয়া তথ্য অনুসৰি ফলাফলসমূহ এনেধৰণৰ-
পোষ্টেল বেলট দিহিৰা সমষ্টি
বি পি এফ- ৬৬
ইউ পি পি এল- ৪১
বিজেপি ৩৫
জি এছ পি ০৮
বাগানপাৰা সমষ্টি
বি পি এফ ৪১
ইউ পি পি এল ৩৫
বিজেপি ২৩
মুছলপুৰ সমষ্টি
বি পি এফ ১২৫
ইউ পি পি এল ৯৮
বিজেপি ২৫
মথনগুৰি সমষ্টি
বি পি এফ ৩৭
বিজেপি ২১
অগপ ০১
ইউ পি পি এল ৩৪
কংগ্ৰেছ ০১
চি পি আই (এম) ০৩