বি টি আৰ নিৰ্বাচন : প্ৰথম ৰাউণ্ডত মুছলপুৰ, খৈৰাবাৰী, শালবাৰীত ইউ পি পি এলৰ অগ্ৰগতি

চলি আছে বি টি আৰ নিৰ্বাচনৰ ভোটগণনা পৰ্ব। ৮টা কেন্দ্ৰত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগণনা প্ৰক্ৰিয়া। কিছু সময় পূৰ্বে সম্পন্ন হৈছে প্ৰথম ৰাউণ্ডৰ ভোটগণনা। সেই অনুসৰি প্ৰথম ৰাউণ্ডত মুছলপুৰ, খৈৰাবাৰী, শালবাৰীত ইউ পি পি এলে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
437

ডিজিটেল ডেস্ক : চলি আছে বি টি আৰ নিৰ্বাচনৰ ভোটগণনা পৰ্ব। ৮টা কেন্দ্ৰত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগণনা প্ৰক্ৰিয়া। কিছু সময় পূৰ্বে সম্পন্ন হৈছে প্ৰথম ৰাউণ্ডৰ ভোটগণনা। সেই অনুসৰি প্ৰথম ৰাউণ্ডত মুছলপুৰ, খৈৰাবাৰী, শালবাৰীত ইউ পি পি এলে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।

২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰথম ৰাউণ্ড

ইউ পি পি এল  ২৯৩১
বি পি এফ  ৩০৯১
বিজেপি  ২১১৩

খৈৰাবাৰী সমষ্টি

ইউ পি পি এল ১৯১৭
বি পি এফ ১৫৮৫
বিজেপি ১১৫৪

ভেৰগাঁও সমষ্টি

বিজেপি ১৩০৯
ইউ পি পি এল ১৮৬৬
বিপিএফ ১০৮৯

২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ প্ৰথম ৰাউণ্ড

ইউ পি পি এল  ৩১৩৯
বি পি এফ ৩৫৪৪
বিজেপি  ১১০৩

btr