/asomiyapratidin/media/media_files/2025/09/26/435-2025-09-26-11-27-33.jpg)
ডিজিটেল ডেস্ক : আজি পুৱা ৮-০০ বজাৰ পৰা আৰম্ভ হৈছে বি টি আৰ নিৰ্বাচনৰ ভোটগণনা। ইতিমধ্যে ভোটগণনাৰ পুৱা ১০-৩০ বজাৰ প্ৰথম ৰাউণ্ডৰ শেহতীয়া খবৰ অনুসৰি ওদাৰগুৰি জিলাৰ কেইবাটাও সমষ্টিত বিপিএফে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।
একেদৰে বিজেপিয়েও দুটা সমষ্টিত অগ্ৰগতি লাভ কৰিছে। আমাৰ হাতত পৰা কেইবাটাও সমষ্টিৰ শেহতীয়া তথ্য অনুসৰি ফলাফলসমূহ এনেধৰণৰ-
প্ৰথম ৰাউণ্ডৰ অন্তত ৪০ নং ৰৌতা এছ টি সমষ্টি
বিপিএফ- চৰণ বড়ো ৩৭৬৩
ইউ পি পি এল- ড০ নিলোৎ স্বৰ্গীয়াৰী ৩২৬৪
কংগ্ৰেছ- চোৰাংচা দৈমাৰী ৮২
৩৮ নং ভৈৰৱকুণ্ড এছ টি
বিজেপি- মিনন মুছাহাৰী ১০৫৭
বিপিএফ- ৰিহন দৈমাৰী ১১৪১
ইউ পি পি এল- গোবিন্দ বসুমতাৰী ১০০৩
৩৭ নং ধনশ্ৰী এছ টি সমষ্টি
বিপিএফ- ফ্ৰেছ মুছাহাৰী ৪০৩০
ইউ পি পি এল - ৰুজুগ্রা মুছাহাৰী ২১৯৫
কংগ্ৰেছ- ৰিলন মুছাহাৰী ৩০৯
৩৯ নং পাচনৈ চেৰফাং সমষ্টি
বিজেপি- দিপক মৌৰ ১৪৪৯
বিপিএফ - শ্যাম চুণ্ডী ১০৬৮
ইউ পি পি এল- ৰামকৰণ গৌড় ৩০২
নির্দলীয়- ৰাজু ধাকাল ৯২০
জয় ভাৰত পাৰ্টী- সুমিত মিঞ্জ ১৪১৭