৬টা দপ্তৰ নিজৰ হাতত ৰাখিলে হাগ্ৰামাই! বি টি চিৰ ১২গৰাকী কাৰ্যবাহী সদস্যক বাকী দপ্তৰ বিতৰণ...

হাগ্ৰামা মহিলাৰীয়ে নিজৰ লগত ৰাখিলে পি ডব্লিউ ডি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন , বিত্ত, যুৱ কল্যাণ, জনজাতি উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা আদিকে ধৰি আন গুৰুত্বপূৰ্ণ বিভাগৰ লগতে আন সদস্যক বিতৰণ নকৰা দপ্তৰসমুহ ।  বিটিচিৰ উপ মুখ্য কাৰ্যবাহী ৰিহন দৈমাৰীক কৃষি। 

author-image
Asomiya Pratidin
New Update
ujjjdd
  • বিটিচিৰ ১২ গৰাকী কাৰ্যবাহী সদস্যৰ দপ্তৰ বিতৰণ ।
  • হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰিলে দপ্তৰ । 
  • হাগ্ৰামা মহিলাৰীয়ে নিজৰ লগত ৰাখিলে পি ডব্লিউ ডি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন , বিত্ত, যুৱ কল্যাণ, জনজাতি উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা আদিকে ধৰি আন গুৰুত্বপূৰ্ণ বিভাগৰ লগতে আন সদস্যক বিতৰণ নকৰা দপ্তৰসমুহ । 
  • বিটিচিৰ উপ মুখ্য কাৰ্যবাহী ৰিহন দৈমাৰীক কৃষি। 
  • কাৰ্যবাহী সদস্য মৃত্যূঞ্জয় ব্ৰহ্মক  পৰিবহন । 
  • কাৰ্যবাহী সদস্য মুনমুন ব্ৰহ্মক নগৰ উন্নয়ন ।
  • কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীক শিক্ষা ।
  • কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীক স্বাস্থ্য আৰু পৰিয়াল কল্যান । 
  • কাৰ্যবাহী সদস্য প্ৰকাশ বসুমতাৰীক সমাজ কল্যাণ ।
  • কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মক বন আৰু বন্যপ্ৰাণী  ।
  • কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰীক ভূমি সংৰক্ষণ আৰু আইনী পৰিমাপ ।
  • কাৰ্যবাহী সদস্য বেগম আখতাৰা আহমেদক জনস্বাস্থ্য কাৰিকৰী বিভাগ ।
  • কাৰ্যবাহী সদস্য আগুছটিয়াছ টিগ্গাক পশুপালন আৰু পশু চিকিৎসা । 
  • কাৰ্যবাহী সদস্য গণেশ কছাৰীক জলসিঞ্চন । 
  • কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীক ভূমি ৰাজহ আৰু দূৰ্যোগ প্ৰশমন ।
  • কাৰ্যবাহী সদস্য ফ্ৰেছ মুছাহাৰীক জলসম্পদ ।
  • এই তালিকাখন হাগ্ৰামা মহিলাৰীৰ পেডত ঘোষণা কৰা হৈছে যদিও লক্ষ্যণীয়ভাৱে তাত নাই হাগ্ৰামা মহিলাৰীৰ স্বাক্ষৰ। 
বিটিচি